सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ভোজন, জলপান আদিৰ সৈতে জড়িত সকলো বস্তু
उदाहरणे : আপোনালোকৰ আহাৰ-পানীৰ ব্যৱস্থা এই হোটেলখনত কৰা হৈছে
अर्थ : আহাৰ আৰু জল
उदाहरणे : পৃথিৱীত যিমান দিন অন্নজল খাবলৈ লিখা থাকে সিমান দিনহে আমি জীয়াই থাকিম
समानार्थी : অন্ন-জল, অন্নজল, দানাপানী
स्थापित करा