सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিটো ঠেক বা সৰু নহয়
उदाहरणे : ডাঙৰ চহৰৰ মাজত এনে বিস্তৃত মৈদান দেখা নাযায়
समानार्थी : বিস্তৃত
अर्थ : যাৰ প্রস্থতা আছে
उदाहरणे : এই ৰাষ্টাটো বৰ বহল
समानार्थी : পথালি, প্রস্থ, বহল
अर्थ : যʼত বতাহ চলাচল কৰাৰ কাৰণে খিৰিকি আদি থাকে
उदाहरणे : তেওঁৰ ঘৰটো আহল-বহল
समानार्थी : খোলা-মেলা, প্রশস্ত, মুকলি
स्थापित करा