सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি প্রেমত আসক্ত
उदाहरणे : প্রেমাসক্ত পুৰুৰবাৰ কাৰণে উর্বশীয়ে স্বর্গ এৰি পৃথিৱীলৈ আহিছিল
समानार्थी : অনুৰক্ত, অনুৰাগী, প্রেমাসক্ত
अर्थ : যি কিহবাৰ প্রতি অত্যধিক অনুৰক্ত
उदाहरणे : সংসাৰৰ বস্তুবোৰে মানুহৰ মনক আসক্ত কৰি ক্ষণিকৰ বাবেহে সুখ প্রদান কৰে
समानार्थी : মুগ্ধ, মোহাবিষ্ট, মোহিত, ৰক্ত
स्थापित करा