सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যাৰ আবাস নাই
उदाहरणे : সৰযু নদীত হোৱা ডাঙৰ বানপানীয়ে হাজাৰ হাজাৰ লোকক আশ্রয়হীন কৰিলে
समानार्थी : আবাসহীন, গৃহবিহীন, গৃহহাৰা, গৃহহীন, ঘৰ-বাৰীহীন, ঘৰহীন, থাকিবলৈ ঠাই নাইকিয়া-
अर्थ : যিজনক সহায় কৰিবলৈ কোনো নাই
उदाहरणे : সুৰেন্দ্রদেৱে অসহায় লোকক সহায় কৰি থাকে
समानार्थी : অনাথ, অনাশ্রিত, অসহায়, নিঃসহায়, নিৰাশ্রয়, সম্বলহীন
अर्थ : যিয়ে কʼতো আশ্রয় পোৱা নাই
उदाहरणे : এই সংস্থাটোৱে নিৰাশ্রয়ী লোকক আশ্রয় প্রদান কৰে
समानार्थी : অনাশ্রিত, নিৰাশ্রয়ী
स्थापित करा