सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ৰক্ষা পোৱা স্থান
उदाहरणे : অপৰাধীক আশ্রয় দিয়াটোও অপৰাধ
समानार्थी : ছত্রছাঁয়া, শৰণ
अर्थ : যাৰ ওপৰত কোনো বেলেগ বস্তু থিয় কৰাই ৰখা হয়
उदाहरणे : যিকোনো বস্তুৰে আধাৰ মজবুত হোৱা উচিত
समानार्थी : অৱলম্বন, আধাৰ
अर्थ : জীৱন নি্র্বাহৰ আধাৰ
उदाहरणे : বৃদ্ধকালত লʼৰা-ছোৱালীয়েই মাক-দেউতাকৰ আশ্রয় হয়
समानार्थी : অৱলম্বন
स्थापित करा