सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : মনত হোৱা দুর্ভাৱনা
उदाहरणे : কিবা দুর্ঘটন্া ঘটিব পাৰে বুলি ্ তেওঁৰ আশংকা আছিল
समानार्थी : বুকু কঁপ্া-, ভীতি, ভয়, ভয়-ভ্রান্তি, ভয়-সংশয়, শংকা, সংশয়
अर्थ : এইটো এনেকুৱাই হয় বা নহয় বুলি কোনো বিষয়ত কৰা ধাৰণা
उदाहरणे : মোৰ ৰামৰ কথাৰ ওপৰত সন্দেহ আছে
समानार्थी : শংকা, শঙ্কা, সংশয়, সন্দেহ
स्थापित करा