अर्थ : কোনো কথা বা কামৰ গুণ-দোষ সম্পর্কীয় বিচাৰ কৰা
उदाहरणे :
মহিলা আৰক্ষণৰ বিধেয়কখনৰ ওপৰত বহুত আলোচনা কৰা হৈছে
समानार्थी : আলোচনা, টীকা-টিপ্পনী, মন্তব্য
अर्थ : কোনো কথাৰ বিচাৰ বা বিবেচনা কৰা
उदाहरणे :
সন্মিলনত নিবনুৱা সমস্যাৰ সন্দর্ভত চিন্তা-চর্চা কৰি থকা হৈছে
समानार्थी : আলোচনা, চিন্তা-চর্চা, বিচাৰ-বিবেচনা