अर्थ : বিৰক্ত হোৱা ভাব বা যি মনৰ মাজত খং পুহি ৰাখে
उदाहरणे :
মোৰ কথা শুনি ্তেওঁ বিৰক্তি অনুভৱ কৰিলে
समानार्थी : অসন্তুষ্টতা, তিক্ততা, বিৰক্তি
अर्थ : কাৰোবাক বিৰক্ত কৰিবৰ কাৰণে কৰা কোনো কার্য ্বা ভাব
उदाहरणे :
আমনি কৰাৰ কাৰণে ৰামুৰ ওপৰত মাৰ পৰিল
समानार्थी : বিৰক্তি
अर्थ : বিৰক্তিৰ অৱস্থা বা ভাৱ
उदाहरणे :
তেওঁৰ লগত ্ধেমালি নকৰিবা, তেওঁ সৰু সৰু কথাতে বিৰক্ত হৈ পৰে
समानार्थी : বিৰক্তি