अर्थ : কোনো মাল-বস্তু বেহা-বেপাৰৰ কাৰণে নিজৰ দেশলৈ অনা কার্য
उदाहरणे :
ভাৰতে প্রয়োজন অনুসৰি কিছুমান বস্তু আমদানি কৰে
अर्थ : যি অন্য ঠাই বা দেশৰ পৰা আহিছে বা যাক বাহিৰৰ পৰা অনা হৈছে
उदाहरणे :
আন দেশৰ আমদানি সামগ্রীবোৰৰ তুলনাত নিজ দেশৰ বস্তুবোৰেই ভাল
समानार्थी : ইম্পʼৰটেড