अर्थ : আবেদন বা প্রার্থন্া কৰা লোক
उदाहरणे :
সকলো প্রার্থীৰ আবেদন-পত্র গৃহিত নহয়
समानार्थी : আবেদন-কর্তা, আবেদনকাৰী, নিবেদক, প্রার্থন্া-কর্তা, প্রার্থী
अर्थ : যিজনে আবেদন কৰিছে
उदाहरणे :
এই পদটোৰ কাৰণে ছয় হাজাৰ আবেদকে আবেদন-পত্র দাখিল কৰিছে
समानार्थी : আবেদন কর্তা
अर्थ : যি আবেদন কৰিছে
उदाहरणे :
প্রৱন্ধকে আবেদকসকলক আজি সাক্ষাৎকাৰৰ কাৰণে মাতিছে
समानार्थी : আবেদন কর্তা