सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো ঠাইত থকা বা বসতি কৰা লোক
उदाहरणे : ইয়াৰ সকলো নিবাসীয়ে আবেদন কৰিছে যে আপোনালোক কোনেও যেন অচিনাকি লোকক নিজৰ ঘৰত আশ্রয় নিদিয়ে
समानार्थी : অধিবাসী, আবাসী, আৱাসিক, আৱাসী, নিবাসী, নিৱাসী, বসবাসকাৰী, বাস কৰোঁতা, বাসিন্দা
अर्थ : যʼত বাস কৰা হয় বা যʼত কোনো থাকে
उदाहरणे : ভূমিকম্পত কেইবাটাও অধ্যুষিত বস্তি উছন হʼল
समानार्थी : অধিকৃত, অধিবাসী, অধ্যুষিত, আৱাসিক, বসতিপূর্ণ
स्थापित करा