अर्थ : পোস্তা বা আফুগছৰ দানা
उदाहरणे :
আফুগুটিৰ ব্যৱহাৰ মছলা হিছাপে কৰা হয়
समानार्थी : আফুগুটি, পোস্তা, পোস্তাদানা
अर्थ : আফুগছৰ আঠাৰ তিতাসোৱাদৰ নিচাযুক্ত বিষাক্ত অংশ
उदाहरणे :
সুৰেশৰ আফিং নোখোৱালৈকে টোপনি নাহে
समानार्थी : আফিং