पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील আন্ধাৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

আন্ধাৰ   বিশেষ্য

अर्थ : পোহৰ নাই বা পোহৰৰ অভাৱ

उदाहरणे : বেলি ডুব যোৱাৰ লগে লগে চাৰিওফালে আন্ধাৰ বিয়পি পৰিল

समानार्थी : অন্ধকাৰ, আন্ধাৰি, আন্ধিয়াৰি, আলোকশূন্যতা, আলোকহীনতা, এন্ধাৰ, তমিস্রা, তিমিৰ, শর্বৰ

আন্ধাৰ   বিশেষণ

अर्थ : আন্ধাৰেৰে ভৰা

उदाहरणे : ভাদ মাহৰ আন্ধাৰ ৰাতি কৃষ্ণৰ জন্ম হৈছিল

समानार्थी : অন্ধকাৰ, অন্ধকাৰপূর্ণ, অন্ধকাৰাচ্ছন্ন, ঘনান্ধকাৰ, তমসাচ্ছন্ন, তমসাবৃত, তিমিৰাচ্ছান্ন, তিমিৰাবৃত, ্অন্ধকাৰাবৃত

चौपाल