अर्थ : এখনতকৈ অধিক ৰাষ্ট্র বা দেশৰ সম্বন্ধ
उदाहरणे :
ভাৰতবর্ষই আন্তর্ৰাষ্ট্রীয় বাণিজ্যৰ প্রসাৰ সাধনত গুৰুত্ব দি আছে
समानार्थी : আন্তর্ৰাষ্ট্রীয়
अर्थ : কিছুমান বা সকলো ৰাষ্ট্রৰ সৈতে সম্বন্ধ ৰাখোঁতা
उदाहरणे :
মোহনে আন্তর্ৰাষ্ট্রীয় প্রতিযোগিতাত ভাৰতবর্ষক নেতৃত্ব দিছে
समानार्थी : আন্তঃৰাষ্ট্রীয়, আন্তর্জাতীয়, আন্তর্ৰাষ্ট্রীয়, বহুদেশীয়, বহুৰাষ্ট্রীয়
अर्थ : কোনো দেশৰ আভ্যন্তৰীণ ক্ষেত্রত হোৱা বা তাৰে সৈতে সম্বন্ধ ৰাখোঁতা
उदाहरणे :
অনুগ্রহ কৰি মোক এখন আন্তর্দেশীয় পত্র দিয়ক
समानार्थी : আন্তঃদেশীয়