सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিয়ে প্রসন্নতা লাভ কৰিছে
उदाहरणे : মনোজে পদোন্নতিৰ খবৰ শুনাবৰ কাৰণে প্রফুল্ল মনেৰে ঘৰ পালেগৈ
समानार्थी : আনন্দ বিহ্বল, আনন্দময়, আনন্দময়ী, আহ্লাদিত, উত্রাৱল, উল্লসিত, উৎফুল্ল, উৎফুল্লিত, উৰুলিকৃত, প্রফুল্ল, প্রফুল্লিত, সন্তুষ্ট, হৃষ্ট
अर्थ : যিজনৰ মন আনন্দেৰে ভৰি পৰিছে:আনন্দিত হৈ থকা ব্যক্তিয়ে যিকোনো কাম ভাল ধৰণে কৰিব পাৰে
उदाहरणे :
समानार्थी : আনন্দ-বিহ্বল, আনন্দময়, আনন্দময়ী, আহ্লাদিত, উল্লসিত, উৎফুল্ল, উৎফুল্লিত, প্রফুল্ল, প্রফুল্লিত, প্রসন্ন, সন্তুষ্ট, হৃষ্ট
अर्थ : যিহৰ মনোৰঞ্জন হৈছে
उदाहरणे : শিশু অভিনেতাসকলে দেখুওৱা নাটক চাই সকলো আনন্দিত হʼল
समानार्थी : আহ্লাদিত, প্রহ্লাদিত, মনোৰঞ্জিত
स्थापित करा