पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील আধাৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

আধাৰ   বিশেষ্য

अर्थ : ঘৰ বনোৱাৰ সময়ত ঘৰৰ যিটো মূল ভাগ দেৱালৰ দৃঢ়তাৰ বাবে মাটি খান্দি তাৰ পৰা ইটা গাঁথি বনোৱা হয়

उदाहरणे : আধাৰ মজবুত হʼলেহে বহু মহলাৰ ইমাৰত সাজিব পাৰি

अर्थ : যাৰ ওপৰত কোনো বেলেগ বস্তু থিয় কৰাই ৰখা হয়

उदाहरणे : যিকোনো বস্তুৰে আধাৰ মজবুত হোৱা উচিত

समानार्थी : অৱলম্বন, আশ্রয়

अर्थ : কিবা ৰাখিবৰ কাৰণে মানুহ তৈয়াৰ কৰি লোৱা বস্তু

उदाहरणे : তেওঁ কুকুৰটোক মাটিৰ পাত্রত গাখীৰ খুৱাই আছে

समानार्थी : আধান, ধাৰক, নিধান, পাত্র, ভাণ্ড

अर्थ : কোনো কথাৰ স্পষ্টীকৰণৰ বাবে আৱশ্যক হোৱা অন্তর্নিহিত মূল পূর্বানুমান

उदाहरणे : আপুনি মোক কি আধাৰত এনেদৰে কৈছে

আধাৰ   বিশেষণ

अर्थ : কোনো বস্তুৰ মূল বা তত্ত্বৰ সৈতে সম্বন্ধ ৰাখোতা

उदाहरणे : সত্য, অহিংসা আৰু প্রেম হৈছে সংস্কৃতিৰ আধাৰ

समानार्थी : বুনিয়াদ, মূল

चौपाल