सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : নিজ কুলৰ লোক
उदाहरणे : আত্মীয়ৰ কল্যাণৰ ভাবেৰে কাম কৰিলে সমাজৰ মংগল নহয়
समानार्थी : কুটুম, কুটুম্ব, পৰিজন
अर्थ : যাৰ আপোন লোকৰ সৈতে সম্বন্ধ বা সম্পর্ক আছে
उदाहरणे : আত্মীয়ৰ আগত কি লুকুৱাবা, আপুনিটো সকলো খবৰ জানে
समानार्थी : আত্মীয়-স্বজন, আপোন
अर्थ : একেখন ঘৰৰে মানুহ
उदाहरणे : মোৰ পৰিয়ালৰ সকলোৱে একেলগে বহি খোৱা-বোৱা কৰে
समानार्थी : ঘৰ, পৰিজন, পৰিবাৰ, পৰিয়াল
अर्थ : আপোনজনৰ সৈতে সম্বন্ধিত বা আপোনজনৰ
उदाहरणे : এইটো আমাৰ আত্মীয়ৰ মাজৰ বিষয়
समानार्थी : নিজৰ
अर्थ : যি সম্বন্ধত নিজৰ কূলৰ অথবা পৰিয়ালৰ হয়
उदाहरणे : মনোহৰজী মোৰ আপোন খুৰা
समानार्थी : আপোন, পৰিজন, স্বজন
स्थापित करा