अर्थ : কোনো কামৰ কাৰণে নিজকে নিজে বলিদান দিয়া কার্য
उदाहरणे :
ভাৰতবর্ষক ্স্বাধীন কৰিবৰ কাৰণে ভালেমান নেতাই আত্মবলিদান দিবলগীয়া হৈছিল
अर्थ : কোনো ভাল কামৰ বাবে বা আনৰ বাবে নিজৰ সুখ, লাভ আদি ত্যাগ কৰা কার্য ্বা ভাৱ
उदाहरणे :
দধিচীয়ে দেৱ কল্যাণৰ বাবে আত্মত্যাগ কৰি মৃত্যুক আঁকোৱালি লʼলে
समानार्थी : আত্মত্যাগ