अर्थ : কাৰোবাৰ ইচ্ছাৰ বিৰুদ্ধে তেওঁক বশ ্ কৰা
उदाहरणे :
সন্ত্রাসবাদীয়ে দুজন পর্যটকক বন্দী কৰিলে
समानार्थी : আবদ্ধ কৰি ৰখা, কইদ কৰা, কৰায়ত্ত কৰা, বন্দী কৰা
अर्थ : গতিত বাধাৰ উৎপন্ন হোৱা কার্য
उदाहरणे :
মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল
समानार्थी : গতিৰুদ্ধ হোৱা, বন্ধ হোৱা, ৰখা, ৰৈ যোৱা