अर्थ : মচলা সানি তেলত বা এনেই কিছুদিন ৰাখি টেঙেচীয়া কৰা ফল বা পাচলি
उदाहरणे :
মই আম আৰু নেমুৰ আচাৰ ভাল পাওঁ
अर्थ : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ
उदाहरणे :
সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে
समानार्थी : আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, আচৰণ, চাল-চলন, চৰিত্র, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র