सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : হাতৰ আঙুলিৰ এটা মূৰৰ পৰা আনটো মূৰলৈকে থকা বিস্তাৰৰ এক জোখ
उदाहरणे : লিখাৰ সময়ত দুটা শ্্ব্দৰ মাজত এক আঙুল ফাঁক ৰাখা
समानार्थी : আঙুল, আঙুলি
अर्थ : হাত বা ভৰিৰ আগৰ পৰা ওলোৱা অংগবিশেষ যি সাধাৰণতে পাঁচটাহে হয়
उदाहरणे : তেওঁৰ ্ সোঁহাতত ছটা আঙুলি আছে
समानार्थी : অঙ্গুল, অঙ্গুলি, অঙ্গুষ্ঠ, আঙুল, আঙুলি, আঙ্গুলি, কৰকণ্টক, কৰজ, কৰশাখা
स्थापित करा