पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील আঘাত शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

আঘাত   বিশেষ্য

अर्थ : আঘাত পোৱাৰ কাৰণে হোৱা বেদনাময় অৱস্থা বা ভাব

उदाहरणे : পিছলি পৰি যোৱাৰ কাৰণে মোহনে ভৰিত দুখ পালে

समानार्थी : দুখ

अर्थ : কাৰোবাৰ দ্বাৰা কৰা হানি বা অপকাৰ

उदाहरणे : মোহনে সোহনৰ দোকানত জুই লগাই তাৰ আর্থিকদিশত আঘাত কৰিলে

अर्थ : মৰা কার্য

उदाहरणे : তেওঁ ্মাৰ সহি সহি ঠেৰেঙা লাগিল

समानार्थी : পিতন, প্রহাৰ, মাৰ

अर्थ : কোনো বস্তুৰ ওপৰত আন বস্তু জোৰকৈ আহি পৰি যোৱা কার্য, যʼত কেতিয়াবা কেতিয়াবা অনিষ্ট বা হানিও হয়

उदाहरणे : তেওঁ ্ লাঠিৰে মোক আঘাত কৰিলে

समानार्थी : কোব, ঘা, চোট, জখম, প্রহাৰ, মাৰ

चौपाल