अर्थ : একৰ পিছৰ
उदाहरणे :
আগৰ ব্যক্তি কোন আছে
अर्थ : যি আগফালৰ বা সন্মুখ ফালৰ
उदाहरणे :
এই বাহনখনৰ অগ্রভাগ ভাঙিল
समानार्थी : অগ্র, অগ্রিম, আগমুৱা, আগলি, পূর্ব, সন্মুখস্থ, সন্মুখৰ, সন্মুখৱর্তী, ্অগ্রৱর্তী