सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : দীঘল আৰু চাৰিচুকীয়া বস্তু অন্তিম অংশ
उदाहरणे : আপোনাৰ শাৰীৰ আগটো কাঁটাত লাগি ধৰিল
समानार्थी : কাষ, মূৰ
अर्थ : কোনো বস্তু আদিৰ আগফালৰ পাতল অংশ
उदाहरणे : দুর্যোধনে শ্রীকৃষ্ণক কʼলে যে যুদ্ধ নকৰাকৈ বেজিৰ আগৰ সমান মাটিও পাণ্ডৱক নিদিও
समानार्थी : অগ্র, শিখা
स्थापित करा