सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : আহাৰ ৰান্ধিবলৈ মাটি, ইটা বা লোহাৰে নি্র্মাণ কৰি লোৱা জুই জ্বলোৱা স্থান বা পাত্র
उदाहरणे : মায়ে ভাত ৰান্ধিবলৈ চৌকাত জুই দিলে
समानार्थी : চুলা, চৌকা, জুহাল
अर्थ : বিশেষকৈ কয়লা বা খৰিৰে জুই ধৰা লোহা, মাটি আদিৰ মুখ থকা এক পাত্র বা ঠাই বিশেষ
उदाहरणे : তেওঁ জুহালত চাহ বনাই আছে
समानार्थी : খোলা, জুইশাল, জুহাল
स्थापित करा