सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : আকাশৰ ৰঙৰ বা পাতল নীলা ৰঙৰ
उदाहरणे : চিত্রকৰে ছবিখনৰ কিছু অংশ আকাশী ৰঙেৰে বোলাই আছে
समानार्थी : আকাশী ৰং
अर्थ : বতাহ বা হাৱাত হোৱা
उदाहरणे : মই আকাশী ভ্রমণৰ অভিজ্ঞতা লʼব বিচাৰোঁ
समानार्थी : বতাহী
अर्थ : আকাশৰ ৰঙৰ বা পাতল নীলা
उदाहरणे : শ্যামে আকাশী কামিজ পিন্ধি আছিল
अर्थ : আকাশৰ সৈতে সম্পর্কিত
उदाहरणे : আকাশৰ বিজুলী পৰি এজন ব্যক্তিৰ মৃত্যু হʼল
समानार्थी : আকাশৰ
स्थापित करा