सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সঠিক বা উপযুক্ত নোহোৱা সময়
उदाहरणे : তেওঁ ধৈর্য ধৰি জীৱনলে অহা আকালৰ সন্মুখীন হʼল
समानार्थी : দুঃসময়
अर्थ : খাবলৈ নাপায় ভোকত মৰাৰ দৰে হোৱা অৱস্থা
उदाहरणे : অকস্মাৎ অহা বিপদৰ কাৰণে বহুতো গঞা দুর্ভিক্ষৰ কৱলত পৰিল
समानार्थी : অনাটন, অন্নকষ্ট, অন্নাভাৱ, খাদ্যাভাৱ, দুর্ভিক্ষ
अर्थ : খাদ্য সামগ্রীৰ নাটনি হোৱা সময়
उदाहरणे : আকাল দূৰীকৰণৰ বাবে চৰকাৰে এখন নতুন আঁচনি প্রস্তুত কৰিছে
समानार्थी : অন্নকষ্ট, অন্নাভাৱ, খাদ্যাভাৱ, দুর্ভিক্ষ
स्थापित करा