पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील আকাংক্ষা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

আকাংক্ষা   বিশেষ্য

अर्थ : কাৰোবাৰ দ্বাৰা কোনো কাম হʼব পাৰে বা হʼব বুলি ভৰসা কৰা কার্য

उदाहरणे : সকলো দেউতাকেই নিজৰ পুতেকে তেওঁৰ জীৱনত সফল হোৱাটো আকাংক্ষা কৰে

समानार्थी : আশা

अर्थ : কোনো কাম হʼব বুলি বা কোনো বস্তু পাম পাম বুলি ভবা মনৰ এক অৱস্থা:মই তেওঁৰ্ পৰা এনে ব্যৱহাৰ পাম বুলি আশা কৰা নাছিলো

उदाहरणे :

समानार्थी : অভিলাষ, আশ, আশা, আশা-দশা, আশা-ভাৰসা, কামনা, বাঞ্ছা, ভাৰসা

अर्थ : কোনো কথা কʼবৰ বা কোনো বস্তু পাবৰ কাৰণে ওপজা মনোবৃত্তি:মানুহৰ সকলো ইচ্ছাই পূর্ণ নহয় তেওঁৰ্ পঢ়াৰ প্রতি খুউব আগ্রহ

उदाहरणे :

समानार्थी : অভিপ্রায়, অভিলাষ, অভীপ্সা, আকুল, আকূতি, আগ্রহ, আশা, আশা-দশা, আশা-ভাৰসা, ইচ্ছা, ঈপ্সা, কামনা, খেয়াল, খেয়াল-খুচি, ধাউতি, বাঞ্ছা, বাসনা, ভাৰসা, মন, মর্জি, মর্জ্জি, স্পৃহা, হাউচ, হাবিলাস, হাবিয়াস, হাবিয়াহ, হেঁ্পাহ

चौपाल