अर्थ : কোনো কথা মনত ৰাখিবৰ কাৰণে বাৰে-বাৰে কোৱা বা পঢ়া
उदाहरणे :
লʼৰা-ছোৱালীবোৰে নেওঁ্তা আওৰাই আছে
अर्थ : কোনো কথা বা কাম দ্বিতীয় বাৰ কোৱা বা কৰা
उदाहरणे :
আমাৰ শিক্ষাগুৰুৱে কঠিন পাঠবোৰৰ সদায় পুনৰাবৃত্তি কৰে
समानार्थी : দোহৰা, পুনৰাবৃত্তি কৰা