सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিটো হিচাপতকৈ কম
उदाहरणे : নিজৰ পৰিশ্রমৰ বলত ্তেওঁ কম সময়ৰ ভিতৰতে বহুতো উন্নতি কৰিলে
समानार्थी : অপ্রচুৰ, অপ্রতুল, অলপ, অল্প, কম, কিছু, ক্ষণিক, ন্যূন, লেশ
अर्थ : অংশ সম্বন্ধীয় বা অংশ বিষয়ক
उदाहरणे : তেওঁ প্রতি মাহে নিজৰ ঋণৰ আংশিক পৰিশোধ কৰে
स्थापित करा