पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील অৱৰোধ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

অৱৰোধ   বিশেষ্য

अर्थ : গতি অৱৰুদ্ধ হোৱা স্থিতি

उदाहरणे : দুর্ঘ্্টনা হোৱাৰ কাৰণে পথ অৱৰোধ হৈ পৰিছে

समानार्थी : গতিৰোধ

अर्थ : কোনো কাম, পথ, বিকাশ আদিৰ সন্মুখত উপস্থিত হৈ অসুবিধাৰ সৃষ্টি হোৱা অৱস্থা

उदाहरणे : মোহনে মোৰ সকলো কামতে বাধা জন্মায়

समानार्थी : অন্তৰায়, অসুবিধা, আলৈ-আহুকাল, আহুকাল, জেঙা, নিষেধ, প্রতিবন্ধ, প্রতিবন্ধক, প্রতিবন্ধকতা, বাধা, বাধা-নিষেধ, বাধা-বিঘিনি, বাধাদান, বিঘিনি, ব্যাঘাত, লেঠা, হকা-বধা, হেঙা-পুঙা, হেঙাৰ

अर्थ : শত্রু, অপৰাধী আদিক ঘেৰাও কৰা বা ধৰিবৰ কাৰণে কোনো ঠাইৰ অহা-যোৱা কৰা পথ বন্ধ কৰা কার্য

उदाहरणे : ভাৰত আৰু পাকিস্তানৰ সীমাত সন্ত্রাসবাদীৰ অনুপ্রৱেশ ৰুধিবৰ কাৰণে পথ অৱৰোধ কৰা হৈছে

समानार्थी : অৱৰোধন, ঘেৰিধৰণ

चौपाल