सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি ৰৈ গৈছে (যেতিয়া কোনো কাৰণত নষ্ট বা শেষ হৈ যায়)
उदाहरणे : ঘৰত জুই লগাত একোৱেই বাকী নৰʼল
समानार्थी : অৱশেষ, বাকী
अर्थ : অদৰকাৰী বুলি ভাবি পেলাই দিয়া পদার্থ
उदाहरणे : কাৰখানাৰ অৱশিষ্টবোৰে নদীৰ পানী প্রদূষিত কৰে
अर्थ : ব্যৱহাৰত নহাৰ কাৰণে ৰাহি হোৱা অংশ
उदाहरणे : অৱশিষ্ট আহাৰখিনি ঢাকি ৰাখা
समानार्थी : অৱশেষ, থাকি হোৱা
स्थापित करा