अर्थ : দেৱতাসকলৰ অৱতাৰ গ্রহণ কৰা ৰূপ
उदाहरणे :
ভগৱান বিষ্ণুৰ চৌবিশ অৱতাৰৰ ভিতৰত ৰামো এজন
अर्थ : কোনো বিশেষ উদ্দেশ্যেৰে দেৱতা আদিৰ সংসাৰী প্রাণীৰ শৰীৰত পৃথিৱীলৈ আগমন
उदाहरणे :
ত্রেতাযুগত ভগৱান ৰামৰ অৱতাৰ হৈছিল