सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যাৰ উলঙ্ঘন কৰা হৈছে
उदाहरणे : উলংঘিত নীতি-নিয়মৰ সংশোধন হোৱাটো আৱশ্যক
समानार्थी : উলংঘিত, উলঙ্ঘিত
अर्थ : যিটো উপেক্ষা কৰিবৰ যোগ্য
उदाहरणे : প্রভুৰ নির্মিত কোনো বস্তুৱেই উপেক্ষণীয় নহয়
समानार्थी : অনাদৃত, অনাদৰণীয়, অৱজ্ঞাপ্রসূত, অৱজ্ঞেয়, অৱহেলনীয়, উপেক্ষণীয়, উপেক্ষিত
स्थापित करा