सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো কাম আদি কৰি উঠি শৰীৰক সকাহ দিয়া কার্য:ভাগৰ লাগিলে জিৰণি লʼব লাগে
उदाहरणे :
समानार्थी : অৱসৰ, আজৰি, আৰাম, জিৰণি, তত, ফুৰচৎ, বিশ্রাম, শান্তি, সুখ
अर्थ : নিয়মিতভাৱে মানুহ কামত উপস্থিত নথকা বন্ধৰ দিন
उदाहरणे : ভাৰত চৰকাৰে ৰবিবাৰটো ছুটীৰ দিন হিচাপে ঘোষণা কৰিছে
समानार्थी : অৱসৰ, ছুটী, বিৰতি, বিৰাম
स्थापित करा