पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील অৰবিন্দ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

অৰবিন্দ   বিশেষ্য

अर्थ : সুন্দৰ ফুলৰ কাৰণে প্রসিদ্ধ পানীত উৎপন্ন হোৱা এবিধ উদ্ভিদ

उदाहरणे : লʼৰা-ছোৱালীবোৰে খেলা কৰি কৰি সৰোবৰৰ পদুমবোৰ উঘালি আছে

समानार्थी : অব্জ, অম্বুজ, অম্ভোজ, ইন্দিবৰ, উৎপল, কমল, কমলিনী, কহ্লাৰ, কুবলয়, কুমুদ, কুমুদী, কুৱলয়, কৈৰব, নলিন, নলিনী, নীৰজ, পংকজ, পঙ্কজ, পদুম, পদ্ম, পদ্মিনী, পুণ্ডৰীক, পুষ্কৰ, শতদল, সলিলজ, সৰসিজ, সৰোজ, সৰোৰুহ, ্শ্রীপর্ণ, ৰাজীৱ

अर्थ : পানীত হোৱা এবিধ ধুনীয়া ফুল

उदाहरणे : সৰোবৰত বহুতো পদুম ফুলি আছে

समानार्थी : অব্জ, অম্বুজ, অম্ভোজ, ইন্দিবৰ, উৎপল, কমল, কহ্লাৰ, কুবলয়, কুমুদ, কৈৰব, নলীন, পংকজ, পদুম, পদুম ফুল, পদ্ম, পুণ্ডৰীক, শতদল, শতপত্র, শ্রীপর্ণ, সলিলজ, সৰোজ, ৰাজীৱ

चौपाल