सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো কথা আদি কৈ বা প্রতিশ্রুতি আদি ৰাখি তাক অস্বীকাৰ কৰা বা কথা দি কথা নৰখা কার্য
उदाहरणे : তেওঁ নিজৰ কথা অস্বীকাৰ কৰিলে
समानार्थी : কথা নৰখা, বাগৰ মৰা
अर्थ : কোনো কাম বা কথাত সন্মতি নিদিয়া
उदाहरणे : তেওঁ ্ মোৰ মতটোক অস্বীকাৰ কৰিলে
समानार्थी : আসৈ মতা, নাথুকাৰ কৰা, নুই কৰা, মানি নোলোৱা
स्थापित करा