पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील অসমীয়া शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

অসমীয়া   বিশেষ্য

अर्थ : অসম ৰাজ্যৰ ভাষা

उदाहरणे : তেওঁ হিন্দী, গুজৰাটী আৰু মাৰাঠীৰ লগতে অসমীয়াও কʼব পাৰে

समानार्थी : অসমীয়া ভাষা

अर्थ : অসম ৰাজ্যৰ অধিবাসী

उदाहरणे : ভালেমান অসমীয়া মোৰ ভাল বন্ধু

अर्थ : অসম ৰাজ্যৰ নিবাসী

उदाहरणे : মোৰ ভালেমান অসমীয়া বন্ধু আছে

অসমীয়া   বিশেষণ

अर्थ : অসমীয়া ভাষাৰ সৈতে সম্বন্ধ থকা বা অসমীয়া ভাষাৰ

उदाहरणे : তেওঁৰ অসমীয়া সাহিত্যৰ একো জ্ঞান নাই

अर्थ : যিটো অসম সম্বন্ধীয় বা অসমৰ লগত জড়িত

उदाहरणे : মোৰ ককা-দেউতাই ভালেমান বছৰ অসমত কটোৱাৰ কাৰণে তেখেতৰ অসমীয়া সংস্কৃতিৰ বিষয়ে ভাল জ্ঞান আছে

अर्थ : অসমত থকা বা বসতি কৰা

उदाहरणे : সন্ত্রাস সমস্যাৰ দ্বাৰা অসমীয়া লোক পীড়িত

चौपाल