अर्थ : তৃপ্তি নোপোৱা অৱস্থা
उदाहरणे :
আনন্দই ভগৱান বুদ্ধক মনৰ অতৃপ্তি দূৰ কৰাৰ উপায় সুধিলে
समानार्थी : অতুষ্টি, অতৃপ্তি, অপৰিতোষ, অসন্তুষ্টি
अर्थ : অপ্রসন্ন হোৱা অৱস্থা বা ভাব
उदाहरणे :
আপোনাৰ অসন্তুষ্টিৰ কাৰণটোনো কি ?
समानार्थी : অপ্রসন্নতা, অসন্তুষ্টি