अर्थ : বেয়া লক্ষণ বা চিন
उदाहरणे :
ঘৰৰ পৰা ওলোৱা সময়ত কোনোবাই হাচিওৱা অশুভ লক্ষণ বুলি ধৰা হয়
समानार्थी : কুলক্ষণ
अर्थ : যি লক্ষণ অশুভৰ পৰিচায়ক
उदाहरणे :
ৰামে লংকাত প্রবেশ কৰোতেই অশুভ লক্ষণে দেখা দিলে
समानार्थी : অমংগল