सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ভাগ্য বা সংযোগবশতঃ হোৱা
उदाहरणे : দৈৱিক ঘটনাক অৱজ্ঞা কৰা বৰ কঠিন
समानार्थी : দৈৱিক
अर्थ : পৰলোকৰ লগত সম্বন্ধ ৰখা
उदाहरणे : মহাত্মাজীয়ে পৰলৌকিক কথা কৈ আছে
समानार्थी : দিব্য, পৰলৌকিক
अर्थ : ইন্দ্রিয়ৰ দ্বাৰা জ্ঞান বা অনুভৱ নোহোৱা
उदाहरणे : ঈশ্বৰ ইন্দ্রিয়াতীত
समानार्थी : অতিন্দ্রিয়, অপ্রত্যক্ষ, ইন্দ্রিয়গোচৰ, ইন্দ্রিয়াতীত, দেহাতীত, পৰোক্ষ
अर्थ : যি মানৱী নহয় বা তাৰ ওপৰৰ
उदाहरणे : ৰাম, কৃষ্ণ আদি অলৌকিক পুৰুষ আছিল
समानार्थी : অমানৱী
स्थापित करा