सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিটো বহুতেই কম
उदाहरणे : অকণমান বৰষুণতে ৰোৱা-ধানখিনি নষ্ট হৈ গʼল
समानार्थी : অকণমান, অলপমান, অলপীয়া, স্বল্প
अर्थ : সংখ্যাত তাকৰ
उदाहरणे : মোৰ অলপমান টকাৰ প্রয়োজন হৈছে
समानार्थी : অলপমান
अर्थ : যিটো হিচাপতকৈ কম
उदाहरणे : নিজৰ পৰিশ্রমৰ বলত ্তেওঁ কম সময়ৰ ভিতৰতে বহুতো উন্নতি কৰিলে
समानार्थी : অপ্রচুৰ, অপ্রতুল, অল্প, আংশিক, কম, কিছু, ক্ষণিক, ন্যূন, লেশ
अर्थ : কম অংশৰ বা কম অংশৰ সৈতে সম্বন্ধিত
उदाहरणे : এই অঞ্চলটোৰ অলপ ঠাই বানপানীত ডুব গৈছে
समानार्थी : কম, ন্যূন
स्थापित करा