अर्थ : অলংকাৰ পিন্ধা বা যি ৰত্ন আদিৰে সুসজ্জিত
उदाहरणे :
সমাৰোহত স্বর্ণাভূষণেৰে অলংকৃত মহিলাগৰাকীক সকলোৱে ৰ লাগি চাইছিল
समानार्थी : অলংকাৰপূর্ণ, আভূষিত, বিভূষিত, ভূষিত, সজ্জিত
अर्थ : যাক কোনো পদ, গৰিমা আদিৰে সন্মান কৰা হৈছে
उदाहरणे :
তেওঁক ্ ভাৰতৰত্ন উপাধিৰে অলংকৃত কৰা হৈছে
समानार्थी : বিভূষিত