सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : পানীত মিশ্রণ হোৱা নিমখীয়া সোৱাদৰ এবিধ যৌগিক পদার্থ, যি লিটমাছ কাগজক ৰঙা কৰে আৰু ক্ষাৰকৰ লগত সংমিশ্রণ ঘটাই নিমখ তৈয়াৰ কৰা হয়
उदाहरणे : অম্লৰ ব্যৱহাৰ সাৱধানেৰে কৰা উচিত
समानार्थी : এচিদ
अर्थ : কেঁচ্া আম, তেতেলী আদিৰ সোৱাদ
उदाहरणे : টেঙা ফলত ভিটামিন চি অধিক পৰিমাণে পোৱা যায়
समानार्थी : অম্বল, অম্লময়, অম্লযুক্ত, অম্লস্বাদ, অম্লাক্ত, আম্লিক, টেঙা, টেঙেচীয়া
स्थापित करा