सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যাক বন্ধা হৈছে
उदाहरणे : ৰামচৰিত মানসত তুলসীদাসে দোহা-চতুষ্পদীৰ ৰচনা আৱদ্ধ ছন্দত কৰিছে
समानार्थी : আৱদ্ধ, নিৱদ্ধ
अर्थ : যিয়ে মোক্ষ লাভ কৰা নাই বা জন্ম-মৃত্যুৰ পৰা পৰিত্রাণ পোৱা নাই
उदाहरणे : তেওঁ মুক্তি নোপোৱা আত্মাৰ শান্তিৰ কাৰণে পিণ্ডদান কৰিছে
समानार्थी : মুক্তি নোপোৱা-
स्थापित करा