पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील অভিপ্রায় शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

অভিপ্রায়   বিশেষ্য

अर्थ : সফলতা লাভ কৰিবৰ কাৰণে চতুৰতাৰে লগোৱা যুক্তি

उदाहरणे : তেওঁ ্কৌশল কৰি অধ্যক্ষৰ পদটো হস্তগত কৰিলে

समानार्थी : কূট, কূটকৌশল, কৌশল, চাল, ফন্দ, ফন্দি, মতলব

अर्थ : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ

उदाहरणे : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?

समानार्थी : ঈপ্সা, উদ্দেশ্য, কাৰণ, প্রয়োজন, মতলব, লক্ষ্য, হেতু

अर्थ : কোনো কথা কʼবৰ বা কোনো বস্তু পাবৰ কাৰণে ওপজা মনোবৃত্তি:মানুহৰ সকলো ইচ্ছাই পূর্ণ নহয় তেওঁৰ্ পঢ়াৰ প্রতি খুউব আগ্রহ

उदाहरणे :

समानार्थी : অভিলাষ, অভীপ্সা, আকাংক্ষা, আকুল, আকূতি, আগ্রহ, আশা, আশা-দশা, আশা-ভাৰসা, ইচ্ছা, ঈপ্সা, কামনা, খেয়াল, খেয়াল-খুচি, ধাউতি, বাঞ্ছা, বাসনা, ভাৰসা, মন, মর্জি, মর্জ্জি, স্পৃহা, হাউচ, হাবিলাস, হাবিয়াস, হাবিয়াহ, হেঁ্পাহ

चौपाल