सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিটো ব্যৱহাৰত লগোৱা হোৱা নাই
उदाहरणे : তেওঁ অব্যৱহৃত বস্তুবোৰ দুখীয়াৰ মাজত বিলাই দিলে
समानार्थी : অপ্রযুক্ত, অভুক্ত
अर्थ : যিটো প্রচলিত নহয়
उदाहरणे : তুমি সদায় অপ্রচলিত সাজ-পোছাকেই কিয় পিন্ধা ?
समानार्थी : অপ্রচলিত, নচলা, পুৰণিকলীয়া, পুৰাতন, প্রচলনহীন
स्थापित करा