सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিজন বিচলিত নহয়
उदाहरणे : অবিচলিত লোকে নিজৰ লক্ষ্যত সহজেই উপনীত হয়
समानार्थी : অবিচলিত, স্থিৰ
अर्थ : যি সিদ্ধান্ত সলনি নহয়
उदाहरणे : পিতামহ ভীষ্মই বিয়া নাপাতো বুলি দৃঢ় প্রতিজ্ঞা কৰিলে তেওঁৰ নিজৰ সিদ্ধান্তত অটল
समानार्थी : অটল, একনিষ্ঠ, একাগ্র, দৃঢ়, নিমগ্ন, স্থিৰ
अर्थ : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই
उदाहरणे : পাহাৰ-পর্বত স্থিৰ
समानार्थी : অচল, অচৰ, অটল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ
स्थापित करा