सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো নতুন, অদ্ভূত বা অসাধাৰণ বিষয় দেখিলে, শুনিলে বা ধ্যান দিলে উৎপন্ন হোৱা মনৰ অৱস্থা
उदाहरणे : মোক হঠাৎ দেখি ্ তেওঁ ্ অবাক হʼল
समानार्थी : আচৰিত হোৱা-, আশ্বর্য, আশ্বর্য্য, চমক, বিচূর্ত্তি, বিস্ময়
अर्थ : কোনো আশ্চর্যজনক ্ বা অদ্ভূত কাম বা ব্যাপাৰ যি সাধাৰণতে দেখিবলৈ পোৱা নাযায় আৰু যাক অলৌকিক আৰু অসম্ভৱ বুলি জনা যায়
उदाहरणे : পাগল মানুহজনক ভাল কৰি বাবাজীজনে চমৎকাৰ কৰি দিলে
समानार्थी : অদ্ভুত কাম, আচৰিত, আশ্চর্য, চমক, চমৎকাৰ, তবধ, বিস্ময়
अर्थ : যি ্আশ্বর্য ্প্রকাশ কৰিছে
उदाहरणे : তেওঁৰ ্কাম দেখি আমি সকলো অবাক ্হʼলোঁ
समानार्थी : আচৰিত, স্তম্ভিত
अर्थ : যি একো নকয়
उदाहरणे : মৌন ব্যক্তিৰ মনত অহৰহ চিন্তা চলি থাকে তেওঁৰ ্কথাশুনি মই অবাক হৈ পৰিলোঁ
समानार्थी : চুপ, মৌন
स्थापित करा