पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील অপৰিষ্কৃত शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

অপৰিষ্কৃত   বিশেষণ

अर्थ : যিটো পৰিষ্কৃত নহয় বা যাক পৰিষ্কাৰ কৰা হোৱা নাই

उदाहरणे : সাহিত্যত অমার্জিত ভাষাৰ প্রয়োগ কৰা উচিত নহয়

समानार्थी : অমার্জিত, অসংস্কৃত

अर्थ : যিটো পৰিষ্কাৰ নহয় বা যʼত কিবা দোষ দেখা পোৱা যায়

उदाहरणे : স্কুললৈ লেতেৰা কাপোৰ পিন্ধি যাব নালাগে তেওঁৰ মনটো মলিন হৈ আছে

समानार्थी : অনুজ্জ্বল, অপৰিচ্ছন্ন, অপৰিষ্কাৰ, আবিল, কলুষিত, ক্লেদাক্ত, খেহেটা, ঘোলা, নাগলি, নিষ্প্রভ, মলিন, মলিয়ন, লেতেৰ-পেতেৰ, লেতেৰা, লেতেৰা-পেতেৰা

अर्थ : যিটোৰ শোধন কৰা হোৱা নাই

उदाहरणे : অশোধিত পানী স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক

समानार्थी : অশুদ্ধ, অশোধিত, অসংশোধিত, লেতেৰা

चौपाल